Montu

Pinned Post

All stories

Title_is_here Your_text_is_here. Title_is_here Your_text_is_here. Source: www.Google.com
Q. অন্ধকাৰ যুগ কেতিয়া হৈছিল? A. অন্ধকাৰ যুগ: মধ্যযুগৰ চতুৰ্থ পঞ্চম শতিকাৰ পৰা পঞ্চদশ শতিকা লৈকে প্ৰথম চোৱা সময়ক সাধাৰণ ভাবে অন্ধকাৰ যুগ বুলি কোৱা হয়…
Q. অন্নপূৰ্ণা পূজা কেতিয়া পালন কৰা হয়? A. অন্নপূৰ্ণা পূজা চ'তৰ শুক্লা অষ্টমী (অশোকাষ্টমী)ৰ দিনা পালন কৰা হয়?
Q. অশোকাষ্টমী কেতিয়া পালন কৰা হয়? A. অশোকাষ্টমী চ'তৰ শুক্লা অষ্টমী দিনা পালন কৰা হয়।
Q. অম্বুবাচী কেতিয়া পালন কৰা হয়? A. অম্বুবাচী প্ৰতি বছৰে 7 আহাৰ তাৰিখে পালন কৰে।
Q. অচাৰ পন্দ্ৰ (নেপালী) বোৰে কেতিয়া পালন কৰে? A. অচাৰ পন্দ্ৰ (নেপালী) বোৰে 15 আহাৰ ত পালন কৰে।